নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা
  • পুৱতি নিশা নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ৰখাই থোৱা ডাম্পাৰত প্রচণ্ড খুন্দা তীব্রবেগী বিলাসী বাহনৰ

  • থিতাতে নিহত বিলাসী বাহনখনৰ চালক

  • এতিয়ালৈকে মৃত চালকজনৰ পৰিচয় জানিব পৰা নাই

  • অত্যধিক কুঁৱলিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।

নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা
আজি অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in