বেবেজীয়াত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু...

বেবেজীয়াত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজনৰ বেবেজীয়া চাৰিআলিৰ নিবাসী পুতু বৰা( ৩৫)।

Advertisment

প্ৰাপ্ত খবৰ মতে মৃত পুতু বৰা দেওবাৰে নিশা বেবেজীয়া খাতৰ গুৰি লৈ স্কুটিৰে গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত মূৰত আঘাত প্ৰাপ্ত হয়। নিশাই গুৰুতৰভাৱে আঘাত প্ৰাপ্ত যুৱকজনক হাস্পটলত ভর্তি কৰাই যদিও যুৱকজনৰ মৃত্যু হয় । মৃত্যুৰ সময়ত যুৱকজনে পত্নী আৰু সন্তানক এটা ইহসংসাৰত এৰি থৈ যায়। যুৱকজনৰ কৰুণ মৃত্যুয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Also Read: আমি ৰাজনৈতিকভাৱে হিন্দু নে ধৰ্মীয়ভাৱে হিন্দু সেয়া এক প্ৰশ্নৰ বিষয়: অধ্যক্ষ ড° ৰমেশ নাথ

road accident Bebejia