ৰহাত ৫ বজালৈ ভোটাৰৰ দীঘলীয়া শাৰী..

ৰহাত ৫ বজালৈ ভোটাৰৰ দীঘলীয়া শাৰী..

author-image
Asomiya Pratidin
New Update
ৰহাত ৫ বজালৈ ভোটাৰৰ দীঘলীয়া শাৰী..

ডিজিটেল সংবাদ,নগাঁওঃ ৰহা বিধানসভা সমষ্টিৰ বিৰিঙাআটি প্ৰাথমিক বিদ্যালয়ৰ ৯২,৯৩ আৰু ৯৫নং ভোট কেন্দ্ৰত এই পৰ্যন্ত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়।

Advertisment

এই কেন্দ্ৰ তিনিটাত ৫ বাজি যোৱাৰ পাছত প্ৰায় ২০০তকৈ অধিক লোক ভোটদানৰ পৰা বঞ্চিত হয়।ভোটদান কৰিব নোপোৱাক কেন্দ্ৰ কৰি বৰ্তমান কেন্দ্ৰটোৰ বাহিৰত ৰাইজৰ মাজত এক অশান্ত পৰিৱেশৰ সৃষ্টি হয়।

Also Read: পশ্চিমবংগত বিজেপিৰ বিপৰ্যয়ঃ বীৰভূমৰ পৰা দেৱাশীষ ধৰৰ মনোনয়ন বাতিল

raha news 2024 nagaon loksabha raha election