নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ,নগাঁও : আন্দোলনত নামিল কৰ্মচাৰী পৰিষদ ৷ ১৬ দফীয়া দাবীৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷

সোমবাৰে বিয়লি নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী সভা আৰু অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিয়লি ৩বজাৰ পৰা ৫ বজালৈকে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে কৰ্মচাৰী পৰিষদে ৷

পূৰ্বতে পৰিষদে জনোৱা দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ পিছত সোমবাৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ধুবুৰী জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in