/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bb70c99e-7aae-4af3-9f0b-79f67167b771/297.jpg)
- নগাঁৱৰ চিলঙনিত আৰক্ষীৰ অভিযান। 
- নগাঁও আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ ১৫ লাখ টকাৰ চুৰি সামগ্ৰী। 
- তেজপুৰৰ বিজয় ট্ৰেডিং কোম্পানীৰ পৰা চুৰি হৈছিল সামগ্ৰীখিনি। 
- আৰক্ষীয়ে অভিযানত আটক কৰিছে ৮জন চোৰক। 
- ৰহা মণিপুৰটোপৰ চান্দ মিঞা,আছাদুল্লাহ আৰু মায়ঙৰ ইব্ৰাহিমসহ নগাঁৱৰ ৫ টা আৰু তেজপুৰৰ ৩জন চোৰক আটক আৰক্ষীৰ। 
- চুৰিকাণ্ডত ব্যৱহৃত ট্ৰাকখনো জব্দ কৰে আৰক্ষীয়ে। 
- চিলঙনীৰ দুখন দোকানত বিক্ৰী কৰিছিল চুৰি কৰা সামগ্ৰীসমূহ। 
- নগাঁৱৰ পৰা ট্ৰাক লৈ গৈ তেজপুৰত সংঘটিত কৰিছিল চুৰিকাণ্ডটো। 
Also Read: মহানগৰীৰ দুৰ্গা সৰোবৰত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ : ২জনক আটক
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us