New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
হোজাইত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ।
গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া চাহাবুদ্দিন ।
হোজাইৰ ৰামসিং গাঁৱত নিশা এই ঘটনা।
লামডিং থানাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াটো ।
আহত চাহাবুদ্দিন সম্প্ৰতি চিকিৎসাধীন নগাঁও মেডিকেল কলেজ হাস্পতালত।
Also Read: চাৰিদুৱাৰত আবকাৰী বিভাগৰ তীব্ৰ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us