নগাঁৱত চিকিসৎকৰ হেমাহিত ৰোগীৰ মৃত্যু...

নগাঁৱত চিকিসৎকৰ হেমাহিত ৰোগীৰ মৃত্যু...
  • নগাঁৱত চিকিৎসকৰ হেমাহিৰ বাবেই পুনৰ ৰোগীৰ মৃত্যু।

  • নগাঁৱৰ ডিউ কেয়াৰ হস্পিতালত সংঘটিত হৈছে এই ঘটনা ।

  • মৃত্যু হোৱা ৰোগীগৰকী ধিং ডুমডুমীয়াৰ ফজলুল হক ।

  • ৰোগীজনক পৰিয়ালৰ লোকে ডা: আৰিফুল. হকৰ পৰামৰ্শ মতে ১৪ মে'ত ভৰ্তি কৰিছিল ডিউ কেয়াৰ হস্পিতালত।

  • ৰোগীজনক হস্পিতালখনৰ ICU ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা চিকিৎসকগৰাকীয়ে IPL খেল চাবলৈ যোৱা বুলি অভিযোগ ৰোগীৰ আত্মীয়ৰ।

  • পাছত ICUত চিকিৎসাধীন অৱস্থাতে পুৱা ৪বজাত মৃত্যু হয় ৰোগীগৰাকীৰ।

নগাঁৱত চিকিসৎকৰ হেমাহিত ৰোগীৰ মৃত্যু...
নাট্যগোষ্ঠী ঈগল,গুৱাহাটীৰ বঁটা প্ৰদান অনুষ্ঠান : মলয়া গোস্বামীলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in