/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
কামপুৰৰ গুইমাৰীত ৰে'লৰ চেপাত এজনৰ মৃত্যু...
কামপুৰৰ গুইমাৰীত শোঁকাবহ ঘটনা।
গুইমাৰী মন্দিৰৰ কাষত ৰে'লৰ চেপাত মৃত্যু এজনৰ।
মৃত ব্যক্তিজনৰ নাম হজৰত আলী (৫৫)।
হজৰত আলী কাকতি গাঁও ভাঙনিৰ কাষত বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত স্থানীয় ৰে'ল আৰক্ষী।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।
আৰক্ষীয়ে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Also Read: কেৰালাৰ CUSAT বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠান পদদলিত হৈ ৪ শিক্ষাৰ্থীৰ মৃত্য, ৬৪ গৰাকী আহত...