বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু
বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু

কুঠৰীত বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত সংঘটিত হৈছে শোকাৱহ ঘটনা। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কুঠৰী হাতী দণ্ডিত দেওবাৰে বিয়লি বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা হয়।

ম'হটোয়ে শিঙেৰে পেটত খোচাৰ বাবেই লোকজনৰ মৃত্যু হয়। জানিব পৰামতে গৰু চৰাবলৈ যোৱা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনা। মৃত লোকজন ৪৫ বছৰীয়া উত্তম বাউৰি বুলি চিনাক্ত কৰা হৈছে ।

বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু
দীপাৱলীৰ মাজতে বিধায়ক আৱাস চৌহদত ভয়ংকৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in