/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...
নগাঁৱৰ ননৈত বনৰজাৰ সন্ত্ৰাস।
বাঘৰ আক্ৰমণত এজন নিহত।
আনহাতে আহত হৈছে আন এজন লোক।
নিহত লোকজন তেলন শইকীয়া।
আহতজন লোকজনৰ নাম তথ্য ফুকন।
ননৈৰ ভেলাগাঁৱত এই ঘটনা।
পথাৰলৈ যাওঁতেই প্ৰকাণ্ড ঢেঁকীয়াপতীয়া আক্ৰমণ।
বাঘৰ বিচৰণক লৈ শংকিত অঞ্চলবাসী।
Also Read: আজি ASP অনলজ্যোতি দাস হাজিৰ হ'ব লাগিব চি আই ডিৰ কাৰ্যালয়...