নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...

নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...
নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...
  • নগাঁৱৰ ননৈত বনৰজাৰ সন্ত্ৰাস।

  • বাঘৰ আক্ৰমণত এজন নিহত।

  • আনহাতে আহত হৈছে আন এজন লোক।

  • নিহত লোকজন তেলন শইকীয়া।

  • আহতজন লোকজনৰ নাম তথ্য ফুকন।

  • ননৈৰ ভেলাগাঁৱত এই ঘটনা।

  • পথাৰলৈ যাওঁতেই প্ৰকাণ্ড ঢেঁকীয়াপতীয়া আক্ৰমণ।

  • বাঘৰ বিচৰণক লৈ শংকিত অঞ্চলবাসী।

নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...
আজি ASP অনলজ্যোতি দাস হাজিৰ হ'ব লাগিব চি আই ডিৰ কাৰ্যালয়...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in