/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/949e80eb-59a8-437c-8d3f-a40ad2545658/1211.jpg)
ডিজিটেল সংবাদ,কঠীয়াতলীত : নগাঁৱৰ ৰাঙলুত বুধবাৰে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় ৷ আটকাধীন যুৱকজন জাৱেদ আহমেদ বুলি জানিব পৰা গৈছে ৷
ধৃত সৰবৰাহকাৰীটোৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
Also Read: বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা : পঞ্চায়তৰ সচিব নিহত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us