/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা।
দুৰ্বৃত্তৰ গুলীত নিহত চন্দ্রকান্ত দাস।
চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্রকান্ত দাস।
কাচিডবা অঞ্চলত সংঘটিত এই ঘটনা।
এখন চাহ দোকানৰ সন্মুখতে গুলীয়াই হত্যা।
কাৰ্যালয়ৰ পৰা উভতি আহিছিল সচিবগৰাকী।
গাড়ী ৰখাই চাহ খাবলৈ সোমাইছিল চন্দ্রকান্ত দাস।
বাইকত অহা দুৰ্বৃত্তই গুলীয়াই চন্দ্রকান্ত দাসক।
ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত, আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us