নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰ

ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নৰ্ত্তম গাঁৱৰ খাৰুৱা তেল পৰিবাহি পাইপ লাইনত তেল চোৰ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ অভিযান।অতিৰিক্ত এএছ পি ক্ৰাইমৰ নেতৃত্বত চলা অভিযানত এখন টেংকাৰৰ লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰে ।

author-image
Asomiya Pratidin
New Update
 নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰ

ডিজিটেল সংবাদ , নগাঁওঃ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নৰ্ত্তম গাঁৱৰ খাৰুৱা তেল পৰিবাহি পাইপ লাইনত তেল চোৰ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ অভিযান।অতিৰিক্ত এএছ পি ক্ৰাইমৰ নেতৃত্বত চলা অভিযানত এখন টেংকাৰৰ লগতে আঠজন লোকক গ্ৰেপ্তাৰ কৰে ।

Advertisment

ধৃত আঠ তেল চোৰ ক্ৰমে, মাৰ্ধ্যুয সিনহা,পাপু ছাবুৰ,গোপাল তাঁতী,পংকজ জ্যোতি শৰ্মা ,উৎপল ফুকন,পদুম সন্দিকৈ, কৌশিক কুন্তল বৰা আৰু প্ৰান্তিক প্ৰতিম পাঠক। AS-04-AC-0639 নম্বৰৰ টেংকাৰ খনৰ লগতে AS-03-W-0350 নম্বৰৰ এখন XUV আৰু AS-04-k-0828 নম্বৰৰ Indigo গাড়ী দুখনো তেল চুৰি কাৰ্যত ব্যৱহিত সামগ্ৰী সহ আৰক্ষীয়ে জব্দ কৰিছে ।

Also Read: ত্ৰিপুৰাত ৭৫ .৫ লাখ টকা মূল্যৰ ১৮০ কেজি গাঞ্জা জব্দ

nagaon police nagaon oil theft