/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/87995c0d-d7d1-414c-aa47-8b92fdd53455/15.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা বজাৰ প্ৰাংগনত মাধৱপাৰা যুৱ মঞ্চৰ সৌজন্যত নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ চুড়ান্ত ফাইনেল খেল মঙলবাৰে সন্ধিয়া অনুস্থিত কৰা হয়। ফাইনেল খেলখন অনুষ্ঠিত হয় আলিবস্তী কাবাডী দল বনাম মাধৱপাৰা কাবাডী JRR কাবাডী দলৰ মাজত।
দুয়োটা দলৰ মাজত তীব্ৰ প্রতিদ্ধন্দ্বিতাত মাধৱপাৰা কাবাডী দল জয়ী হয়। মাধৱপাৰা যুৱ মঞ্চৰ সৌজন্যত আয়োজন কৰা নৈশ কাবাডী খেল প্ৰতিযোগিতাত নৃত্য আৰু সংগীতৰ সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা ফাইনেল খেলত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদ লগতে সমাজৰ বহু গণ্য মান্য ব্যক্তিসকল।
Also Read: বগীবিল দলঙত ভয়ংকৰ দুৰ্ঘটনা : নিহত এজন, আহত কেইবাজনো
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us