যুৱ ব্যৱসায়ী উৎপল বণিয়ালৈ নেচনেল আইকণ এৱাৰ্ড

যুৱ ব্যৱসায়ী উৎপল বণিয়ালৈ নেচনেল আইকণ এৱাৰ্ড

ডিজিটেল সংবাদ,ৰহা : হাৰিয়ানাত অনুষ্ঠিত কৰা হয় হিউমেন ৰাইটচ্ ইন্টাৰনেছনেল ফেডাৰেশ্যনৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস। এই দিৱসত হিউমেন ৰাইটচ্ ফেডাৰেশ্যনে আজীৱন সভ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত নগাঁও জিলাৰ অন্তৰ্গত ৰহাৰ বিশিষ্ট সমাজসেৱক, সু-লেখক তথা যুৱ ব্যৱসায়ী উৎপল বণিয়া দেৱক নেচনেল আইকণ এৱাৰ্ড (National Icon Awards) সন্মানেৰে সন্মানিত কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পুণম ধিলন আৰু অতিথি হিচাপে ফিল্ম আৰু টি.ভি ছিৰিয়েলৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মি দেশাই উপস্থিত থাকে। লগতে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ বহুকেইজন খ্যাতনামা ব্যক্তিৰ লগতে বহু কেইজন সন্মানীয় বিধায়ক উপস্থিত থাকে।

উল্লেখযোগ্য যে বিশিষ্ট সমাজসেৱক, সু-লেখক তথা যুৱ ব্যৱসায়ী উৎপল বণিয়াই দক্ষতা, সাহস আৰু দৃঢ় মনোবলেৰে আগুৱাই গৈ পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হয়।

যুৱ ব্যৱসায়ী উৎপল বণিয়ালৈ নেচনেল আইকণ এৱাৰ্ড
শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in