উৰিয়াগাওঁ অৰ্জুনতলৰ নামঘৰৰ শুভ উদ্বোধন

শুকুৰবাৰে উৰিয়াগাওঁ অৰ্জুনতলৰ নৱ নিৰ্মিত নামঘৰ ভাগৰ শুভ উদ্বোধন কৰে। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণ গোস্বামীদেৱৰ লগতে উপস্থিত থাকে গজলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী উৎপল মহন্ত দেৱ, প্ৰাক্তন অধ্যক্ষ দেবানন্দ গোস্বামী দেৱ ।

author-image
Asomiya Pratidin
New Update
উৰিয়াগাওঁ অৰ্জুনতলৰ নামঘৰৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, নগাঁওঃ শুকুৰবাৰে উৰিয়াগাওঁ অৰ্জুনতলৰ নৱ নিৰ্মিত নামঘৰ ভাগৰ শুভ উদ্বোধন কৰে। লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণ গোস্বামীদেৱৰ লগতে উপস্থিত থাকে গজলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী উৎপল মহন্ত দেৱ, প্ৰাক্তন অধ্যক্ষ দেবানন্দ গোস্বামী দেৱ ।

Advertisment

ইয়াৰোপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ও সাংসদ শ্ৰীযুত ৰাজেন গোহাঁই ডাঙৰীয়া, সদৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া, বঢ়মপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া, সমাজ কৰ্মী সত্য বৰা ডাঙৰীয়া, সমাজ কৰ্মী প্ৰেম নাহাতা ডাঙৰীয়া, সমাজ কৰ্মী ৰাজেশ আগৰৱালা ডাঙৰীয়া আৰু নমিতা বৰা কে ধৰি অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

Also Read: ধেমাজিত গণতন্ত্ৰৰ দিৱসৰ পতাকা উন্মোচন

nagaon uriagaon