/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/75b45835-a9c7-46c5-ae55-b3977efa1284/ddd.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী : দেওবাৰে নগাঁৱৰ ৰাঙুলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুই ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত পথ দুৰ্ঘটনাটো ।
দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় এজন । আহত চালক জনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাতপতিত হোৱা ডাম্পাৰখনৰ নম্বৰ BR 01 GM 8987 আৰু আনখন নম্বৰ বিহীন ৷ ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Also Read: কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us