/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
ৰূপহীহাটৰ বাটমাৰীৰ ডকাইতি কাণ্ডৰে জড়িত দুজনক আটক আৰক্ষীৰ।
নগাঁও আৰক্ষীৰ অভিযানত আটক দুয়োকে।
ধৃত ডকাইতদ্বয়ৰ নাম জিয়াবুৰ ৰহমান আৰু আজিজুল হক।
দুয়োৰে পৰা নগদ ধনসহ ৩টা মোবাইল জব্দ।
দুই ডকাইতে ৰছিদুল হক নামৰ এজনৰ পৰা লুটিছিল ২.১০ লাখ টকা।
বৰ্তমানেও পলাতক ডকাইতৰ দলটোৰ আন দুজন সদস্য।
Also Read: চাহ জনগোষ্ঠীৰ মাজত ইলোৰা বিজ্ঞান মঞ্চ