কাঠফুলা খাই প্ৰাণ গ'ল দহ বছৰীয়া শিশুৰ...

কাঠফুলা খাই প্ৰাণ গ'ল দহ বছৰীয়া শিশুৰ

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ বৰজুৰি কেলেঙবে গাঁৱত অঘটন। এটা পৰিয়ালে বনৰীয়া কাঠফুলা খোৱাৰ পাছতেই অসুস্থ হৈ পৰে। বমি আৰু পেটৰ বেমাৰত হৈ মঙলবাৰে মালং বে নামৰ এজন দহ বছৰীয়া শিশু মৃত্যু হয়।

Advertisment

লগতে পৰিয়ালটোৰ দুৰ্গা বেপী, লক্ষী বেপী, মানিষা লাকথাপী আৰু কাচি সিংগাপি গুৰুত্বৰভাৱে অসুস্থ হৈ চিমনাবস্তি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু অৱস্থা সংকটজনক হোৱাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। বনৰীয়া কাঠফুলা খাই এটি শিশুৰ মৃত্যু আৰু ৫জন অসুস্থ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Also Read: ৰঙিয়াত এবিভিপিৰ নিৰ্বাচনী সজাগতা বৈঠক ...

nagaon