নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হ'ল কেইবাখনো দোকান

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হ'ল কেইবাখনো দোকান
  • দেওবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

  • হয়বৰগাঁও সংযোগী পুৰনি দলঙৰ কাষত ৭ খনকৈ দোকান অগ্নিকাণ্ডৰ ফলত জ্বলি নিশেষ হৈ যায়।

  • কাঠৰ ফাৰ্নিছাৰৰ দোকানৰ লগতে জুইৰ শিখাই মূহুৰ্ততে আন দোকানো কেইখন ধ্বংসস্তুপত পৰিণত কৰে।

  • অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন গাড়ীৰে প্ৰায় কেবা ঘন্টা সময় ধৰি চেষ্টা কৰিহে জুই নুমুৱাবলৈ সক্ষম হয় ।

  • জুইৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হ'ল কেইবাখনো দোকান
মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in