মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন
  • মৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • ধৰমতুলত ৰৈ থকা ট্রাকত খুন্দা টাটা ACE বাহনৰ।

  • ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩ জন।

  • গুৰুতৰভাৱে আহত ৩ জনক প্রেৰণ GMCHলৈ।

  • নিহতকেইজন ইউনিছ চান্দ, মহম্মদ আৰু ছাহজাদ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন
গাড়ীৰ ভিতৰতে যুৱতীক ধৰ্ষণ চালকৰ, ভাইৰেল কৰিলে ভিডিঅ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in