নগাঁৱত পুনৰ কৰোনা!

নগাঁৱত পুনৰ কৰোনা!

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ মাজতে নগাঁৱৰ চিকিৎসক দম্পতী ক’ভিডত আক্রান্ত হোৱাৰ খবৰ আহি পৰিছে।

কিছুদিন পূৰ্বে হায়দৰাবাদৰ পৰা আহিছিল দুয়োগৰাকী।বহিঃৰাজ্যৰ পৰা অহাৰ পিছতেই দেখা দিছিল ক’ভিডৰ লক্ষণ।স্বাস্থ্য পৰীক্ষাত অন্তত ধৰা পৰে ক’ভিডত আক্রান্ত বুলি।

অৱশ্যে চিকিৎসক দম্পতীৰ সংস্পৰ্শলৈ অহাসকল ক’ভিড নিগেটিভ। উল্লেখ্য যে, বিগত সময় চোৱাত ৰাজধানী দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ৬০০ ৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।

নগাঁৱত পুনৰ কৰোনা!
ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in