নগাওঁ চলচলিৰ গুলী চালনাঃ এজনক আটক...

নগাওঁ চলচলিৰ গুলী চালনাঃ এজনক আটক...
নগাওঁ চলচলিৰ গুলী চালনাঃ এজনক আটক...dangor khabar

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা নগাঁৱৰ চলচলিত সংঘটিত হোৱা গুলী চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এজন ব্যক্তিক। আটকাধীন লোকজনৰ নাম ইনামূল হাছান।

আৰক্ষীয়ে ইনামূলক হাম এক ৰুৰেল কলেজৰ পৰা আটক কৰিছে। উল্লেখ্য যে, চলচলিত নিশা সংঘটিত হৈছিল দুৰ্বৃত্তৰ এক গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত আহত হৈছিল হাফিজুৰ ৰহমান নামৰ এজন লোক।

হাফিজুৰ ৰহমান সোণাইঘাট প্রধানমন্ত্রী জনঔষধী কেন্দ্রৰ সমন্বয়ক আছিল। গুলী চালনাৰ ঘটনাৰ পাছত নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আহত ৰহমানক। ঘটনাক লৈ এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। 

নগাওঁ চলচলিৰ গুলী চালনাঃ এজনক আটক...
তেজপুৰত বনকৰা মহিলাক হত্যা কৰি পুতি থলে গাতত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in