-
নগাঁৱৰ কন্দলিত গ্ৰেনেড বিস্ফোৰণ।
-
কন্দলিৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণ।
-
গুৰুতৰ ভাৱে আহত চাৰি কিশোৰ-কিশোৰী ৷
-
এই বিস্ফোৰণত আহত ৰঞ্জু মুডী,মংগল সিং চাওটাল,ৰাখী গগৈ আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷
-
আহত সকলক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷
-
আহত চাৰিও কন্দলিৰ কুঁহিয়াৰতলি আৰু পামতলিৰ কিশোৰ কিশোৰী ৷
Also Read: শান্ত হৈ পৰিব চহৰ...