New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30acd904-09e1-4a9f-a919-1bd1385624a9/8.jpg)
নগাঁৱৰ বৰভেটিত উদ্ধাৰ হৈছে এটি শৰপহু।
হৰপহুটো স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।
পহুটো লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে স্তানীয় ৰাইজে।
বৰভেটি তিনিআলিৰ ছাৰজাহান আলি নামৰ এজন লোকৰ ঘৰৰ চৌহদত আশ্ৰয় লৈ আছিল পহুটোৱে।
Also Read: নগাঁৱত ৰীমালৰ প্ৰভাৱঃ সকলো শিক্ষানুস্থান বন্ধ ঘোষণা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us