/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1dd10a2d-9bd2-46f7-9c67-65bb359d2264/o7.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱত মেডিটাউন হেলথ কেয়াৰ শীৰ্ষক চিকিৎসা সেৱা মুকলি। জিলাখনৰ লাওঁখোৱা পথত নতুনকৈ নিৰ্মান কৰা "মেডিটাউন হেলথ কেয়াৰ" শীৰ্ষক চিকিৎসা সেৱাৰ প্ৰতিষ্ঠানখন বুধবাৰে ৰাইজৰ বাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
চিকিৎসকৰ লগতে লেৱৰটৰীৰ সকলো ধৰণৰ পৰ্যাপ্ত সা-সুবিধা উপলদ্ধ হ'বলগীয়া প্ৰতিষ্ঠানখনৰ জৰিয়তে চিকিৎসা সেৱাৰ ক্ষেত্ৰত জনসাধাৰণ যথেষ্ঠ উপকৃত হ'ব বুলি আশাবাদী বিধায়কগৰাকী । অনুষ্ঠানত বহু গণ্য-মান্য লোক উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c14d37cc-e962-4ca2-abf7-3b87bae8ad3f/170510b7_68e2_4ea0_98f5_256f8523bb4b.jpg)
Also Read: মঙলদৈত কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী পংকজ চৌধুৰী