New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/79txxwfq/96.jpg)
কাকীত গাঞ্জাসহ আটক এজন ৷
কাকী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ৪৪.৪ কেজি গাঞ্জা জব্দ কৰে।
কাকীৰ বৰ্মন চুক গংগাআটীৰ পৰা জব্দ কৰে নিচাযুক্ত দ্ৰব্যখিনি।
লগতে আটক কৰে গোলাপ দাস নামৰ এজনক ৷
আটকাধীন গোলাপ দাসৰ ঘৰ ৩নং কাকীৰ পাঠৰিত।
বৰ্তমান কাকী আৰক্ষী থানাত ৰাখি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us