New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
কলিয়াবৰত দুই কিশোৰীৰ সলিল সমাধি...
কলিয়াবৰত শোকাৱহ ঘটনা।
পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰী ভগ্নীৰ।
মৃত কিশোৰী দুগৰাকী অমৃতা চুব্বা আৰু নিকিতা চুব্বা।
কেলিডেন চাহ বাগিচাৰ লগুনবস্তি আদৰ্শ গাঁৱত সংঘটিত হৈছে এই ঘটনা।
নিশা পুখুৰীৰ পৰা উদ্ধাৰ কিশোৰী দুগৰাকীৰ মৃতদেহ।
মৃতদেহ দুটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us