/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডিজিটেল ডেস্ক:নগাঁৱৰ কামপুৰত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে-
•খহি পৰিল কামপুৰৰ নৱ নিৰ্মিত কপিলী দলং
•দলঙৰ পৰা পৰি আহত ৩ জন শ্রমিক
•সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্রেৰণ
•নিম্নমানৰ সামগ্রীৰে দলং নিৰ্মাণৰ সন্দেহ প্রকাশ ৰাইজৰ
•দলং নিৰ্মাণৰ ঠিকাদাৰৰ সকলো কৰ্মচাৰীৰ পলায়ন
Also Read: Hypothyroidism Diet: থাইৰইডৰ পৰা সকাহ পাবলৈ আপুনি কি খাব লাগে, কি নালাগে জানি লওক
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us