কলিয়াবৰৰ গৰৈমাৰীত ৰহস্যজনক হত্যাকাণ্ড...

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ কলিয়াবৰৰ গৰৈমাৰীত সংঘটিত হৈছে ৰহস্যজনক হত্যাকাণ্ড

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল ডেস্ক : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ কলিয়াবৰৰ গৰৈমাৰীত সংঘটিত হৈছে ৰহস্যজনক হত্যাকাণ্ড। ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

Advertisment

মৃত মহিলাগৰাকীৰ নাম মীৰা বৰা। স্বামী মাণিক বৰাই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে। যাৰ বাবে আৰক্ষীয়ে ইতিমধ্যই আটক কৰিছে মাণিক বৰাক।

এই ঘটনাই সমগ্ৰ অঞ্চটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Also Read: অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...

Kaliabar Assam police