/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7da31f62-41f5-4966-a41a-b64f4f8327ba/harsha_29.jpg)
ছাত্ৰ হৰ্ষ হিল্লোললৈ কলাৰত্ন পদক...
ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ ডিমৰুগুৰিৰ হৰ্ষ হিল্লোল পল্লৱৰ কৃৰ্তিত্ব ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ট প্ৰতিযোগিতাত সাফল্য লাভ ৷ ললিত কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা হেণ্ডৰাইটিং প্ৰতিযোগিতাত কৃতিত্ব লভি হৰ্ষ হিল্লোলে কলা ৰত্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফটৰ ছাত্ৰ হৰ্ষ হিল্লোলৰ এই সফলতাত আনন্দিত প্ৰতিস্হানটিৰ অধ্যক্ষ ড° প্ৰদীপ মজুমদাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীসকল ৷ হৰ্ষ হিল্লোলৰ পিতৃ পুতুল চন্দ্ৰ শইকীযা আৰু মাতৃ মেঘালী বৰা শইকীয়া ৷
Also Read: কমাৰবন্ধা মহাবিদ্যালয় বন্ধৰ তীব্র বিৰোধিতা প্রাক্তন শিক্ষার্থী সন্মিলনৰ