জোনমণি ৰাভা বাসগৃহত নগাঁও আৰক্ষীৰ দল...

ৰাজ্য কঁপোৱা জোনমণি ৰাভা কাণ্ডৰ সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ।

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-জোনমণি ৰাভা: মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব...

ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা জোনমণি ৰাভা কাণ্ডৰ সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। ঘটনাৰ সন্দৰ্ভত চি আই ডিয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে । তদন্ত প্ৰক্ৰিয়াৰ বাবে আজি চি আই ডিৰ এটা দল উপস্থিত হয় নগাঁও সদৰ থানাত।

Advertisment

সমান্তৰালভাবে জোনমণি ৰাভাৰ বাসগৃহতো উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল। জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ ভিত্তিত তদন্তৰ বাবে উপস্থিত হয় আৰক্ষীৰ দলটো। এছ ডি পি অ' ৰূপম বৰদলৈয়ে সোধা-পোছা কৰে জোনমণিৰ মাতৃক। জোনমণি ৰাভাৰ মাতৃয়েও আৰক্ষীৰ তদন্ত প্রক্রিয়াত সহযোগিতা কৰাৰ পৰিলক্ষিত হয়।

Also Read: কাজিৰঙাত প্ৰকৃতিৰ দলিচা...

Assam police