New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0ab987f7-3de7-4fc4-9498-b59398d32401/12.jpg)
-বটদ্ৰৱা আৰক্ষীৰ জালত IPL জুৱাৰী
-বটদ্ৰৱা শান্তিজান বজাৰৰ পৰা গ্ৰেপ্তাৰ জুৱাৰী ৰমজান আলী
-জব্দ নগদ ১৯ হাজাৰ টকা আৰু এটা মোবাইল ফোন
-মোবাইল এপৰ জৰিয়তে নগাঁৱত বৃহৎ জুৱাৰ ঘাটি গঢ়ি তুলিছিল ৰমজান আলীয়ে
-বৰ্তমানেও পলাতক ধৃত ৰমজান আলীৰ সহযোগী
-IPL জুৱাৰীৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীৰ অভিযান অব্যাহত
Also Read: মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us