New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কামপুৰ বজাৰৰ এক নং গেটত অঘটন
ৰে'লে মহতিয়াই নিলে এজন যুৱকক
যুৱকজন কামপুৰৰ ঘিলানী মটক গাঁৱৰ বিতু হাজৰীকা (২৬) বুলি জানিব পৰা গৈছে
কামপুৰৰ সপ্তাহিক বজাৰত বজাৰ কৰিব আহিছিল যুৱকজন
ঘটনাস্থলীত আৰক্ষী উপস্থিত
ঘটনাটোক লৈ দুখীয়া পৰিয়ালটোৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।