/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5b7e9de6-9a07-4a4d-89c0-c670db98dd13/2.jpg)
ডিজিটেল সংবাদ, ৰহা: নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত আমচৈ অঞ্চলত অন্নপূৰ্ণা দুগ্ধ উন্নয়ন সমবায় সমিতিৰ সভাপতি প্ৰভাত পাতৰৰ উদ্যোগত এটি নৱনির্মিতগাখীৰ সংগ্ৰহ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/2d97cb36-bee6-48f5-99d9-8f59d64f01bf/8db43e68-ecf2-41e4-8d05-74201d152794.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5031e15d-3cb0-4b8e-b62d-b6320bac5e8e/1991a245-9967-432d-9dbb-4bf4c4fab7b2.jpg)
অনুষ্ঠানত বিধায়ক শশী কান্ত দাসৰ উপৰিও , দুগ্ধ উন্নয়ন বিভাগৰ নিৰ্দেশক অনুশীয়া শৰ্মা, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য মোহন সেনাপতি, চাপৰমুখ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া ,কমাৰগাঁও মণ্ডলৰ মণ্ডল সভাপতি ভাস্কৰ পাটৰ ,চহৰী ৰজা সুৰেন্দ্ৰ নাথ কোৱৰ ,কমাৰগাঁও মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি সীমান্ত দেউৰী ,কিষান মৰ্চাৰ সভাপতি লোকেন্দ্ৰ পাটৰ ,চাহ মৰ্চাৰ সভাপতি ৰতন তাছা লগতে গন্য-মান্য ব্যক্তি উপস্থিত থাকে। বিধায়ক দাসে গো পালক সকলক উদ্দেশ্যি তেওঁৰ বক্তব্য আগবঢ়াই।
Also Read: ধুবুৰীত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ