/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
ডিজিটেল ডেস্ক : বটদ্রৱাৰ ডুমডুমীয়া বজাৰত নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ অভিযান ।
•অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ ঔষধ ।
•নীতি বহিৰ্ভূতভাৱে বিক্রী কৰি আহিছিল জীৱনদায়িনী ঔষধ ।
•ডুমডুমীয়া অৰ্ধ সাপ্তাহিক, সাপ্তাহিক বজাৰত বিক্রী কৰিছিল এই ঔষধ ।
•স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে চলিছিল এই অভিযান ।
•অৱশ্যে পলাই যাবলৈ সক্ষম হয় অবৈধ ঔষধ ব্যৱসায়ী ।
Also Read: পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত শিল্পী কাজল শৰ্মা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us