হোজাইত বুজন পৰিমাণৰ ক’কেইন জব্দ

হোজাইত বুজন পৰিমাণৰ ক’কেইন জব্দ
  • হোজাই আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

  • অভিযানত জব্দ বুজন পৰিমাণৰ ক’কেইন

  • জামুহণ্ডলত আৰক্ষীৰ অভিযানত জব্দ ৬৬০ গ্রাম ক’কেইন

  • ক’কেইনখিনিৰ বজাৰ মূল্য প্রায় ৭ কোটি টকা

  • অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত চলিছিল অভিযান

  • ক’কেইন সৰবৰাহৰ সৈতে জড়িত ২ মহিলাসহ ১জন যুৱকক গ্রেপ্তাৰ

  • অভিযানত জব্দ এখন চাৰিচকীয়া বাহন।

হোজাইত বুজন পৰিমাণৰ ক’কেইন জব্দ
ভাৰতৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্য ৱেষ্ট ইণ্ডিজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in