হোজাইত বুজন পৰিমাণৰ ক’কেইন জব্দ

হোজাইত বুজন পৰিমাণৰ ক’কেইন জব্দ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • হোজাই আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

Advertisment
  • অভিযানত জব্দ বুজন পৰিমাণৰ ক’কেইন

  • জামুহণ্ডলত আৰক্ষীৰ অভিযানত জব্দ ৬৬০ গ্রাম ক’কেইন

  • ক’কেইনখিনিৰ বজাৰ মূল্য প্রায় ৭ কোটি টকা

  • অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত চলিছিল অভিযান

  • ক’কেইন সৰবৰাহৰ সৈতে জড়িত ২ মহিলাসহ ১জন যুৱকক গ্রেপ্তাৰ

  • অভিযানত জব্দ এখন চাৰিচকীয়া বাহন।

Also Read: ভাৰতৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্য ৱেষ্ট ইণ্ডিজৰ

nagaon police