নগাঁৱত অৰ্ধশতাধিক বিজেপি, এজিপি কৰ্মীয়ে যোগদান কৰিলে আপত ...

নগাঁৱত অৰ্ধশতাধিক বিজেপি, এজিপি কৰ্মীয়ে যোগদান কৰিলে আপত ...

author-image
Asomiya Pratidin
New Update
নগাঁৱত অৰ্ধশতাধিক বিজেপি, এজিপি কৰ্মীয়ে যোগদান কৰিলে আপত ...

নগাঁৱত অৰ্ধশতাধিক বিজেপি, এজিপি কৰ্মীয়ে যোগদান কৰিলে আপত ...

ডিজিটেল ডেস্কঃ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিয়ে সমষ্টিয়ে অব্যাহত ৰাখিছে আম আদপি পাৰ্টীৰ যোগদান প্ৰক্ৰিয়া। বিজেপি দলৰ দুৰ্গৰূপে খ্যাত নগাওঁ জিলাত আজি দলটোৰ জিলা কাৰ্যালয়ত ৰাজ্যিক উপ-সভাপতি লক্ষ্মীকান্ত ডুবেৰ উপস্থিতিত এক যোগদান কার্যসূচী অনুস্থিত হৈ যায়।

Advertisment

উক্ত কাৰ্যসূচীত বিজেপি, এজেপি দলৰ বিভিন্ন গাওঁ পঞ্চায়তৰ প্রায় অর্ধশতাধিক কৰ্মীয়ে দলটোৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰা পৰিলক্ষিত হৈছে। সভাত ‘আপ' ৰ নগাওঁ জিলাৰ সভাপতি যোগান্ত কুমাৰ বৰা, জিলা সম্পাদক ৰহমতুল্লা খানে যোগদান কৰা সকলোকে দললৈ আদৰণি জনায় আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে নগাওঁ জিলাৰ সকলো পঞ্চায়তত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সাংবাদিকৰ আগত মতপ্রকাশ কৰে।

Also Read: ঢকুৱাখনাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...

আম আদমি পাৰ্টী