/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4c2dbcee-dca9-432c-ba12-879afff6a31c/nagaon_29.jpg)
আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী...
-
নগাঁৱত চাঞ্চল্যৰ ঘটনা।
-
চৰকাৰী কৰ্মচাৰীক আলফাৰ সন্দেহত গ্ৰেপ্তাৰ।
-
নগাঁও পৌৰসভাৰ এগৰাকী নিম্ন বৰ্গৰ সহায়কক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।
-
গ্ৰেপ্তাৰ হোৱা নিম্ন বৰ্গৰ সহায়কজনৰ নাম ধৰ্ম দত্ত।
-
ধৰ্ম দত্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত দিছিল পোষ্ট ।
-
আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ পিছত হৈছিল অসম আৰক্ষীৰ দৃষ্টগোচৰ।
-
ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ধৰ্ম দত্তক।
-
গ্ৰেপ্তাৰ হোৱা ধৰ্ম দত্তৰ ঘৰ নগাঁও জিলাৰ উৰিয়াগাঁৱত।
Also Read: ডাউন টাউন গুৰুকুলত GAGANYAAN: A Celestial Odyssey শীৰ্ষক বিজ্ঞান প্ৰদৰ্শনী...