বটদ্ৰৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰি কুখ্যাত জুৱাৰী...

বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ জুৱা বিৰোধী অভিযান । মঙলবাৰৰ অভিযানত গ্ৰেপ্তাৰ চাৰি কুখ্যাত জুৱাৰী ।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰি কুখ্যাত জুৱাৰী...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ জুৱা বিৰোধী অভিযান । মঙলবাৰৰ অভিযানত গ্ৰেপ্তাৰ চাৰি কুখ্যাত জুৱাৰী ।

জব্দ নগদ ধনৰ লগতে জুৱা খেলৰ সামগ্ৰী । ঈদ উপলক্ষে বৃহৎ জুৱা খেল অনুষ্ঠিত কৰিছিল বৰভেটিত।

গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন হৈছে আতাবুৰ ৰহমান, আছাদুল ৰহমান, আলী হুছেইন আৰু মোকছিদুল হক। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত চলিছিল এই জুৱা বিৰোধী অভিযান। বৰ্তমান চাৰি জুৱাৰীক জেৰাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে বটদ্ৰৱা আৰক্ষীয়ে

Also Read: কেৰালাত প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা...

police raid gamblers arrested