/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6daf64a7-95a3-4866-b903-bd360fe9c8d3/6.jpg)
কলিয়াবৰৰ জখলাবন্ধাত দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড।
জখলাবন্ধা ৰে’ল ষ্টেচনৰ সমীপৰ এখন গেলামালৰ দোকানত সংঘটিত এই অগ্নিকাণ্ড।
জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি।
অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন।
অগ্নিকাণ্ডৰ প্রকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা নাই।
Also Read: অসমীয়া প্ৰতিদিনৰ সাংবাদিকলৈ "অসম গৌৰৱ নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us