হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড

হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড
  • পুৱতি নিশা হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড

  • কাৰ্তিক মণ্ডল নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো

  • জুইত জাহ প্রায় ৭ লাখ টকাৰ সা-সম্পত্তি

  • স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন

  • অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড
হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in