/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
পুৱতি নিশা হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড
কাৰ্তিক মণ্ডল নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো
জুইত জাহ প্রায় ৭ লাখ টকাৰ সা-সম্পত্তি
স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Also Read: হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ সফল সামৰণি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us