লংকা-নগাঁও সংযোগী বাইপাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

লংকা-নগাঁও সংযোগী বাইপাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
  • লংকা-নগাঁও সংযোগী বাইপাছত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।

  • ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ৫খনকৈ ব্যৱসায়িক প্রতিষ্ঠান।

  • ৭নং ৱাৰ্ডত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।

  • অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই ৫খন দোকানৰ সকলো সমগ্ৰী জ্বলি ভস্মীভূত হয় ।

  • এই অগ্নিকাণ্ডত প্রায় ৫০ লক্ষাধিক টকাৰ ক্ষতিসাধন হয় ।

  • এইপৰ্যন্ত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জ্ঞাত হোৱা নাই ।

লংকা-নগাঁও সংযোগী বাইপাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
লাওখোৱা অভয়াৰণ্যত চোৰাং চিকাৰীৰ উপদ্ৰপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in