/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ea3f25ed-36db-4a13-9b55-bf3f20b0c78b/hava.jpg)
সম্বৰ্ধনা সভা
ডিজিটেল ডেস্কঃ শনিবাৰে কচুৱাৰ গেৰজাইপাম শিশুবিদ্যানিকেতনৰ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস । উল্লেখ্য যে কচুৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৪ জন অৱতীৰ্ণ হৈ ১১ জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/08c1e4d3-18f3-4a82-9747-517fae0fb8be/ef4c6d3a_3b0f_4dc6_9bd9_4ef1dd30b979.jpg)
সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰী-ছাত্ৰী সকলক আশীৰ্বাদ প্ৰদান কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্য়ক্তিসকলে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আনন্দ মেধী, সমাজসেৱক নুপুৰ বৰ্ধন, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য উত্তম দাস, বিদ্যালয় খনৰ আচাৰ্য-আৰ্চাযাসকলৰ লগতে বহুতো গণ্য় মান্য ব্য়ক্তি ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9b7f7f29-7341-4cc3-a2b2-44a99ed932dd/2baa8463_021d_4413_af8c_0ac5991f8455.jpg)
Also Read: নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত মুকলি কৰা হ'ব বিশেষ ৭৫ টকীয়া মুদ্ৰা