/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/06de8727-4635-4891-9cd8-f4ef1c5e72fb/utkosh.jpg)
-
উৎকোচ লওতেই আটক লাউখোৱা শিক্ষা খণ্ডৰ কৰ্মচাৰী
-
আটক কৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই
-
কৰ্মচাৰীগৰাকীৰ নাম বিপুল মেচ
-
সোমবাৰে বিয়লি নগাঁও জয়শ্ৰী হল চাৰিআলিত হাতে-লোটে আটক বিপুল মেচক
-
উল্লেখ্য যে কৰ্মচাৰীগৰাকী লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক।