নগাঁও আৰক্ষীৰ সফলতাঃ আটক কৰিলে সৰবৰাহকাৰী সহ নিচাযুক্ত দ্ৰব্য...

নগাঁও আৰক্ষীৰ সফলতাঃ আটক কৰিলে সৰবৰাহকাৰী সহ নিচাযুক্ত দ্ৰব্য...

author-image
Asomiya Pratidin
New Update
নগাঁও আৰক্ষীৰ সফলতাঃ আটক কৰিলে সৰবৰাহকাৰী সহ নিচাযুক্ত দ্ৰব্য...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই বুজন পৰিমানৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে শেনছোৱাৰ সমীপৰ বিৰহ বেবেজীয়াত অভিযান চলাই এই সফলতা লাভ কৰে।

Advertisment

কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জন বৰাই নগাঁৱৰ মাজেদি অন্য কোনো ঠাইলৈ এই নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে নিচাযুক্ত। দ্ৰব্য সহ ৰঞ্জনক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Also Read: বিটিআৰত উদ্যান আৰু কৃষিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব NEDFCয়ে...

nagaon police bebejiya