/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/547e637e-9d38-411d-8633-86102bfbdb00/8.jpg)
-
বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ
-
বটদ্ৰৱাৰ কদমনি ৰ পৰা আটক দুই সৰবৰাহকাৰী
-
সৰবৰাহকাৰী দুজন ক্ৰমে কদমনি গাঁৱৰ আতাবুৰ ৰহমান আৰু ইনামুল হক
-
জব্দ ১৩.৬৩ গ্ৰাম ড্ৰাগছৰ লগতে ১১টা মোবাইল ফোন আৰু ৮৬৪ টা খালী কন্টেইনাৰ
-
বটদ্ৰৱা আৰক্ষীৰ জেৰা অব্যাহত
Also Read: কাছাৰত ৮ কোটি ৫০ লাখৰ নিচাযুক্ত সামগ্ৰী জব্দ