/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cec559ba-e0e5-498a-827f-1c3375251814/3.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰে নিশা কচুৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত ড্ৰাগছসহ ২জনলোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।লোক দুজন ক্ৰমে কচুৱা থানাৰ অন্তুৰ্গত বগৰিতলৰ খাইৰুল ইছলাম আৰু গেৰজাইপামৰ জয়নাল আৱেদিন বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/905a6455-8d28-4dc0-b400-38771cffe858/36ad85bd_6d03_4266_8939_832102e579e8.jpg)
দুয়োজন লোকৰ পৰা ২৬.৮৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে আৰক্ষীৰ দলটোৱে।উল্লেখ্য যে, বিগত কিছুদিন ধৰি কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত কচুৱা আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই আহিছে।
Also Read: মথুৰাপুৰত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us