/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/cc992344-a730-4cc6-ac4f-935692bc25ee/kasua_29.jpg)
কচুৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ এজনক গ্ৰেপ্তাৰ...
-
ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান।
-
গাওঁৰক্ষী বাহিনীৰ সহযোগত কচুৱা আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে চলালে সফল অভিযান।
-
কচুৱাৰ ৰাঙলু বস্তিৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।
-
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কচুৱা ৰাঙলুবস্তিৰ আজিজুল ইছলাম।
-
ধৃত আজিজুলৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচৰ লগতে ২২ টা ড্ৰাগছ ভৰ্তি কনণ্টেইনাৰ জব্দ কৰে কচুৱা আৰক্ষীয়ে।
-
জানিব পৰা মতে অধিক তথ্যৰ বাবে ধৃত আজিজুলক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।