/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ
ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে জ্বলাই দিলে নিজৰ বাসগৃহ
জমিৰ আলী নামৰ এজন নিচাসক্ত যুৱকে নিশা ড্ৰাগছ সেৱন কৰি ঘৰত অগ্নি সংযোগ কৰে
ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়
নগাঁও মৰঙীয়াল পথাৰত সংঘটিত হৈছে এই ঘটনা
পিছত স্থানীয় ৰাইজে জমিৰ আলীক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক।
Also Read: অসমৰ সাংস্কৃতিক জগত শূণ্য কৰি ৪১ বছৰতে জীৱন নাট সামৰিলে সু-অভিনেতা,সু পৰিচালক নিতুমণি কলিতাই